৫ জানুৱাৰী (ইংৰাজী : 5 January ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ৫ম দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬০টা দিন (অধিবৰ্ষ ত ৩৬১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৮৩১ খৃঃ - পানামাই কলম্বিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
১৮৯৬ খৃঃ - ৰ'য়েণ্টজেনৰ দ্বাৰা এক্স ৰে' আৱিষ্কাৰৰ প্ৰথম বাতৰি প্ৰকাশ অষ্ট্ৰিয়া ৰ ৱায়েনাৰ প্ৰেছী নামৰ বাতৰি কাকত খনত।
১৫৯২ - শ্বাহ জাহান, মোগল সম্ৰাট।
১৮৬৩ - কণষ্টানটাইন ছাৰ্গেভেইজ ষ্টেনিস্লেৱিস্কি, বিখ্যাত ৰুছ অভিনেতা, শিক্ষক আৰু চিন্তাবিদ।
১৯৩৪ - মুৰুলী মনোহৰ জোশী, ভাৰতীয় ৰাজনীতিক।
১৯৪৬ - সাবিত্ৰী হৈস্নাম্ , ভাৰতীয় মঞ্চ অভিনেত্ৰী।
১৯৫৫ - মমতা বেনাৰ্জী , পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী।
১৯৭২ - মনীষ সিসোদিয়া , ভাৰতীয় ৰাজনীতিবিদ আৰু দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী।
১৯৮৬ - দীপিকা পাডুকন , ভাৰতীয় অভিনেত্ৰী।