১৩ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ১৩ৰ পৰা পুনঃনিৰ্দেশিত)

১/ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হয় ।

২/ ১৯১১ চনৰ আজিৰ দিনটোতে ভগ্নী নিবেদিতাৰ মৃত্যু হয় ।

৩/ ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু হয় ।

৪/ ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত এসপ্তাহ মাৰ্কিন আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয় , বহু লোক আক্ৰান্ত হয় ।