২০ অক্টোবৰ
অৱয়ব
(অক্টোবৰ ২০ৰ পৰা পুনঃনিৰ্দেশিত)
| অক্টোবৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ২ | ৩ | ||||
| ৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
| ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
| ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
| ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
| ২০২৬ | ||||||
২০ অক্টোবৰ (ইংৰাজী: 20 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯৩তম (অধিবৰ্ষত ২৯৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫৬৮ - মোগল সম্ৰাট আকবৰৰ চিতোৰ গড় আক্ৰমণ।
- ১৭৭৪ - কলিকতাক ভাৰতৰ ৰাজধানী ঘোষণা কৰা হৈছিল।
- ১৯০৪ - চিলী আৰু বলভিয়াই শান্তি আৰু বন্ধুত্বৰ চুক্তিত সাক্ষৰ কৰিছিল।
- ১৯৬২ - চীনে ভাৰত আক্ৰমণ কৰিছিল।
জন্ম
[সম্পাদনা কৰক]- ১৯৩০ - লীলা শেঠ, ভাৰতীয় ন্যায়াধীশ।
- ১৯৫৭ - কুমাৰ চানু, ভাৰতীয় নেপথ্য গায়ক।
- ১৯৬৪ - কমলা দেৱী হেৰিছ, আমেৰিকাৰ ৰাজনীতিবিদ আৰু অধিবক্তা।
- ১৯৬৭ - মনিকা আলী, বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক।
- ১৯৭৮ - বীৰেন্দ্ৰ সেহৱাগ, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৯৯ - অপৰ্ণা দীক্ষিত, ভাৰতীয় টেলিভিচন অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৫২ - সোণাৰাম পাঞাং কটকী, মিচিং জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণেতা, সাহিত্যিক, সমাজ কৰ্মী, শিক্ষানুৰাগী ব্যক্তি।
- ১৯৮৪ - পল এদ্ৰিয়েন মৰিছ ডিৰাক ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ২০১০ - ফাৰুক গিলানী, পাকিস্তানৰ অষ্টম ৰাষ্ট্ৰপতি।
- ২০১১ - মোৱাম্মাৰ গাড্ডাফি, লিবিয়াৰ নেতা।
- ২০১৬ - জুংক' টাবেই, জাপানীজ পৰ্বতাৰোহী।
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ২০ অক্টোবৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||||||||||||||||||||||||||||||||||||||