২৯ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
নতুন পৃষ্ঠা: '''২৯ নৱেম্বৰ''' {{enwiki|27 November}} দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে... |
No edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''২৯ নৱেম্বৰ''' {{enwiki| |
'''২৯ নৱেম্বৰ''' {{enwiki|29 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৩ তম ([[অধিবৰ্ষ]]ত ৩৩৪ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা- |
||
==ঘটনাৰাজী== |
==ঘটনাৰাজী== |
11:13, 3 December 2014ৰ সংস্কৰণ
২৯ নৱেম্বৰ (ইংৰাজী: 29 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৩ তম (অধিবৰ্ষত ৩৩৪ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী
- অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল ১৯৪০ চনৰ আজিৰ দিনটোতে শিৱসাগৰত ।
- অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীএ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)৷
- বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
- ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।
- চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
- ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতে ৷
- যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
- আজিৰ দিনটোতে ১৯৬১ চনত মাৰ্কিন মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ । মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
- জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয় ।
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ২৯ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|