১৪ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
১8 নৱেম্বৰ-লৈ পুনৰ্নিৰ্দেশ কৰা হ'ল
টেগ্‌: New redirect
 
Removed redirect to ১8 নৱেম্বৰ
টেগ্‌: Removed redirect
1 নং শাৰী: 1 নং শাৰী:
{{কেলেণ্ডাৰ|lk=on|month=10}}
#REDIRECT [[১8 নৱেম্বৰ]]
'''১৪ নৱেম্বৰ''' {{En|14 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩১৮ তম ([[অধিবৰ্ষ]]ত ৩১৯ তম) [[দিন]]৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

==ঘটনাৰাজী==
# ১৯৪১ চনৰ আজিৰ সাহিত্যিক [[মামণি ৰয়ছম গোস্বামী]]ৰ (ইন্দিৰা গোস্বামী) জন্ম হয়।
# [[পৰমানন্দ বৰবায়ন]] আৰু [[সীমা বিশ্বাস]]ৰ নাম [[সংগীত নাটক একাডেমী]] বঁটাৰ বাবে ঘোষণা কৰা হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী [[জৱাহৰলাল নেহৰু]]ৰ জন্ম হয় । ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
# আজিৰ দিনটোতে ১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ [[গটফ্ৰিড উইলহেম লিবনিৎজ]]ৰ মৃত্যু হয়। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
# প্ৰখ্যাত দাৰ্শনিক [[গৰ্গ উইলহেম হেগেল]]ৰ মৃত্যু হয় ১৮৩৩ চনৰ আজিৰ দিনটোতে। তেওঁৰ জন্ম হৈছিল জাৰ্মানিত।
# ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী [[ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙ]]ৰ জন্ম হয় ১৮৯১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
# ১৯৬৯ চনৰ আজিৰ দিনটোতে এপলো-১২ মহকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হয়।

== বাহ্যিক সংযোগ ==
{{commons|Category:14 November|১৪ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/14 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
[[শ্ৰেণী:নৱেম্বৰ]]

18:13, 8 February 2018ৰ সংস্কৰণ

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

১৪ নৱেম্বৰ (ইংৰাজী: 14 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১৮ তম (অধিবৰ্ষত ৩১৯ তম) দিন৷ বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৭ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  1. ১৯৪১ চনৰ আজিৰ সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ (ইন্দিৰা গোস্বামী) জন্ম হয়।
  2. পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসৰ নাম সংগীত নাটক একাডেমী বঁটাৰ বাবে ঘোষণা কৰা হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  3. ১৮৮৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হয় । ১৯৫৭ চনত তেওঁৰ জন্ম দিনটোক ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে পালন কৰিবলৈ ঘোষণা কৰা হয়।
  4. আজিৰ দিনটোতে ১৭১৬ চনত জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হয়। তেওঁ কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক আছিল।
  5. প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু হয় ১৮৩৩ চনৰ আজিৰ দিনটোতে। তেওঁৰ জন্ম হৈছিল জাৰ্মানিত।
  6. ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙৰ জন্ম হয় ১৮৯১ চনৰ আজিৰ দিনটোত। তেওঁ ১৯২১ চনত ইনছুলিন আৱিষ্কাৰ কৰে আৰু এই আৱিষ্কাৰৰ বাবে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
  7. ১৯৬৯ চনৰ আজিৰ দিনটোতে এপলো-১২ মহকাশযানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰা হয়।

বাহ্যিক সংযোগ