১২ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
reflist |
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]] |
'''১২ ডিচেম্বৰ''' {{enwiki|12 December}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৪৬ তম ([[অধিবৰ্ষ]]ত ৩৪৭ তম) [[দিন]]। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা - |
||
==ঘটনাৰাজী== |
==ঘটনাৰাজী== |
||
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়। |
* ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা [[অসমত ৰাষ্ট্ৰপতি শাসন]] প্ৰৱৰ্তন হয়। |
||
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল। |
* ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল। |
||
* ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ [[ছাইনা নেহৱাল]]-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল। |
* ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ [[ছাইনা নেহৱাল]]-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল। |
||
* ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী [[মেধা পাটকৰ]]ৰ জন্ম |
* ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী [[মেধা পাটকৰ]]ৰ জন্ম হৈছিল। |
||
* ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ [[ৰজনীকান্ত]]ৰ জন্ম |
* ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ [[ৰজনীকান্ত]]ৰ জন্ম হয়। |
||
* ১৯৪৮ আজিৰ দিনটোতে [[দক্ষিণ কোৰিয়া]]ক নৱ ৰাষ্ট্ৰৰূপে [[ৰাষ্ট্ৰসংঘ]]ই স্বীকৃতি প্ৰদান |
* ১৯৪৮ আজিৰ দিনটোতে [[দক্ষিণ কোৰিয়া]]ক নৱ ৰাষ্ট্ৰৰূপে [[ৰাষ্ট্ৰসংঘ]]ই স্বীকৃতি প্ৰদান কৰে। |
||
==তথ্য সংগ্ৰহ== |
==তথ্য সংগ্ৰহ== |
16:28, 21 May 2020ৰ সংস্কৰণ
১২ ডিচেম্বৰ (ইংৰাজী: 12 December) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৪৬ তম (অধিবৰ্ষত ৩৪৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
- ১৯৭৯ চনৰ আজিৰ দিনটোৰ পৰাই পৰা অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয়।
- ১৯১১ চনৰ আজিৰ দিনটোতে সম্ৰাট পঞ্চম জৰ্জে দিল্লীৰ বিখ্যাত ‘দিল্লী দৰবাৰত’ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰিছিল।
- ২০১২ বৰ্ষৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বিজয়ী ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছাইনা নেহৱাল-এ "হংকং ছুপাৰ ছিৰিজ"ৰ খিতাপ দখল কৰিছিল।
- ১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ সমাজকৰ্মী, নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকৰৰ জন্ম হৈছিল।
- ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, মিডিয়া চেলিব্ৰেটি আৰু সাংস্কৃতিক আইকণ ৰজনীকান্তৰ জন্ম হয়।
- ১৯৪৮ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াক নৱ ৰাষ্ট্ৰৰূপে ৰাষ্ট্ৰসংঘই স্বীকৃতি প্ৰদান কৰে।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ১২ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|