২৯ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
→‎ঘটনাৰাজী: Deleted content about Arjun Bhogeswar Barua and Abhiruchi Krira Divas
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী: 1 নং শাৰী:
'''২৯ নৱেম্বৰ''' {{enwiki|29 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৩ তম ([[অধিবৰ্ষ]]ত ৩৩৪ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
'''২৯ নৱেম্বৰ''' {{enwiki|29 November}} দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩৩৩ তম ([[অধিবৰ্ষ]]ত ৩৩৪ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


==ঘটনাৰাজী==
==ঘটনাৰাজী==
# অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক [[মামণি ৰয়ছম গোস্বামী]]এ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)
# অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক [[মামণি ৰয়ছম গোস্বামী]]এ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)
# বিশিষ্ট শিল্পী [[ফ্ৰাচেংমুং বৰগোহাঁই]]ৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# বিশিষ্ট শিল্পী [[ফ্ৰাচেংমুং বৰগোহাঁই]]ৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
# ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা [[ৰাজীৱ গান্ধী]]য়ে পদত্যাগ কৰে।
# ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা [[ৰাজীৱ গান্ধী]]য়ে পদত্যাগ কৰে।
# চলচ্চিত্ৰ নিৰ্মাতা [[প্ৰমথেশ বৰুৱা]]ৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
# চলচ্চিত্ৰ নিৰ্মাতা [[প্ৰমথেশ বৰুৱা]]ৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
# ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতে
# ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতে।
# [[যুগোশ্লাভিয়া]]ত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
# [[যুগোশ্লাভিয়া]]ত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
# আজিৰ দিনটোতে ১৯৬১ চনত মাৰ্কিন মহাকাশ যানেৰে চিম্পাজী এনোছৰ [[পৃথিৱী]]ৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ । মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
# আজিৰ দিনটোতে ১৯৬১ চনত আমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ [[পৃথিৱী]]ৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বাংলাদেশ]]ত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
# ১৯৮৮ চনৰ আজিৰ দিনটোতে [[বাংলাদেশ]]ত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
# [[জাৰ্মানী]]ৰ লগত [[ৰাছিয়া]]ৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়
# [[জাৰ্মানী]]ৰ লগত [[ৰাছিয়া]]ৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:29, 21 May 2020ৰ সংস্কৰণ

২৯ নৱেম্বৰ (ইংৰাজী: 29 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৩ তম (অধিবৰ্ষত ৩৩৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী

  1. অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক মামণি ৰয়ছম গোস্বামীএ শেষ নিশ্বাস এৰিছিল ২০১১ চনৰ আজিৰ দিনটোতে (৬৯ বছৰ বয়সত)।
  2. বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হয় ২০০২ চনৰ আজিৰ দিনটোতে।
  3. ১৯৮৯ চনৰ আজিৰ দিনটোতে প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।
  4. চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু হয় ১৯৫১ চনৰ আজিৰ দিনটোতে।
  5. ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয় ১৯৯০ চনৰ আজিৰ দিনটোতে।
  6. যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় ১৯৪৫ চনৰ আজিৰ দিনটোতে।
  7. আজিৰ দিনটোতে ১৯৬১ চনত আমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰশিক্ষণ। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
  8. ১৯৮৮ চনৰ আজিৰ দিনটোতে বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
  9. জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় ১৯১৭ চনৰ আজিৰ দিনটোতে আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়।

বাহ্যিক সংযোগ