২৭ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
1 নং শাৰী: 1 নং শাৰী:
'''২৭ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০০ তম ([[অধিবৰ্ষ]]ত ৩০১ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫ টা দিন বাকী থাকে৷ এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
'''২৭ অক্টোবৰ ''' দিনটো [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]] অনুসাৰে [[বছৰ]]ৰ ৩০০ তম ([[অধিবৰ্ষ]]ত ৩০১ তম) [[দিন]] বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী [[জেমছ কুক]]ৰ জন্ম হয়
১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী [[জেমছ কুক]]ৰ জন্ম হয়।


২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা [[আইজাক মেৰিট ছিংগাৰ]]ৰ জন্ম হয়
২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা [[আইজাক মেৰিট ছিংগাৰ]]ৰ জন্ম হয়।


৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয়
৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি [[কে আৰ নাৰায়ণ]]ৰ জন্ম হয়।


৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়
৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে [[ভাৰতীয় সেনা]]ৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।


৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক [[ভি শান্তাৰাম]]ৰ মৃত্যু হয়
৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক [[ভি শান্তাৰাম]]ৰ মৃত্যু হয়।


৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয়
৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি [[নিত্যা দত্ত]]ৰ মৃত্যু হয়।


৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল [[লালন প্ৰসাদ সিঙ]]ৰ মৃত্যু হয়
৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল [[লালন প্ৰসাদ সিঙ]]ৰ মৃত্যু হয়।


৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়
৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।


৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা [[প্ৰদীপ কুমাৰ]]ৰ মৃত্যু হয়
৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা [[প্ৰদীপ কুমাৰ]]ৰ মৃত্যু হয়।


১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয়
১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী [[আব্বাছউদ্দিন আহমেদ]]ৰ জন্ম হয়।


== বাহ্যিক সংযোগ ==
== বাহ্যিক সংযোগ ==

16:30, 21 May 2020ৰ সংস্কৰণ

২৭ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০০ তম (অধিবৰ্ষত ৩০১ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১/ ১৭২৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ জন্ম হয়।

২/ ১৮১১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হয়।

৩/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণৰ জন্ম হয়।

৪/ ১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পূঁজি প্ৰতিষ্ঠা কৰা হয়।

৫/ ১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু হয়।

৬/ ১৯৯১ চনৰ আজিৰ দিনটোতে আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু হয়।

৭/ ১৯৯৮ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু হয়।

৮/ ১৯৯৯ চনৰ আজিৰ দিনটোতে এছিয়া মহাদেশৰ অন্তৰ্গত আৰ্মেনিয়াৰ সংসদত গুলীচালনা , দেশখনৰ প্ৰধানমন্ত্ৰী , সংসদৰ অধ্যক্ষসহ আঠজন নিহত হয়।

৯/ ২০০১ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰৰ খ্যাতিমান অভিনেতা প্ৰদীপ কুমাৰৰ মৃত্যু হয়।

১০/ ১৯০১ চনৰ আজিৰ দিনটোতে লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ জন্ম হয়।

বাহ্যিক সংযোগ