১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
4 নং শাৰী: 4 নং শাৰী:
* ১৮৯৭ - [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।

* ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।

* ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।

* ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।

* ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।

* ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।

* ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি! ]] কথাছবিখনে মুক্তি পাইছিল।

* ২০১২ - ‘[[এখন নেদেখা নদীৰ সিপাৰে]]’ নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী [[সঞ্জয় ঘোষ]]ক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল বিদ্যুত কটকী।

==জন্ম==
==জন্ম==
* ১৭৬৯ - [[আলেকজেণ্ডাৰ ভন হামবল্ট]] (Alexander von Humboldt), জাৰ্মান অভিযাত্ৰী, সৰ্বগুণাকৰ (Polymath), ভুগোল, পদাৰ্থ আৰু পৰিৱেশ বিজ্ঞানী আছিল। [[জৈৱ-ভূগোল]] (Biogeography), [[ভূ-চুম্বকীয় ধুমুহা]] (Geomagnetic storm) আৰু [[হামবল্ট সোঁত]]ৰ (Humboldt Current) বাবে বিখ্য়াত। তেখেতৰ বিখ্য়াত গ্ৰন্থ হ'ল - ''[[ক'ছম'ছ]]'' (Kosmos)।

* ১৭৭৪ - [[লর্ড ৱিলিয়াম বেন্টিংক]], ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ [[১৭ জুন]], ১৮৩৯)
* ১৭৭৪ - [[লৰ্ড ৱিলিয়াম বেণ্টিংক]], ভাৰতৰ গৱৰ্নৰ জেনেৰেল আছিল। (মৃঃ [[১৭ জুন]], ১৮৩৯)
* ১৮৪৯ - [[আইভান পেট্ৰোভিচ]], ৰাছিয়াৰ জীৱ বিজ্ঞানী, তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

* ১৯২৩ - [[ৰাম জেঠমালিনী]], ৰাজনেতা, ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী।

==মৃত্যু ==
==মৃত্যু ==
* ১৩২১ - [[ডাণ্টে]] (সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি), ইটালীৰ প্ৰসিদ্ধ কবি।

* ১৮৫২ - [[আৰ্থাৰ ৱেলেছলী]] (Arthur Wellesley), ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল।

* ১৮৬৮ - [[বীৰজানন্দ দণ্ডীশা]], ভাৰতীয় সংস্কৃত শিক্ষক, মথুৰাৰ অন্ধ ঋষি হিচাপে জনাজাত আছিল।

* ১৯০১ - [[উইলিয়াম মেককিনলি]], আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল।
* ১৯০১ - [[ৱিলিয়াম মেককিনলি]], আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল।
* ১৯৭১ - [[তাৰাশংকৰ বন্দোপাধ্যায়]], জনপ্ৰিয় বাংলা লেখক আছিল।

* ১৯৮২ - [[গ্ৰেচ কেলী]], আমেৰিকান অভিনেত্ৰী আৰু [[মনাক']]ৰ ৰাজকুমাৰী।

* ২০০৪ - [[খবিৰ আহমেদ]], আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক।

==দিৱস==
==দিৱস==

02:30, 14 September 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৪ ছেপ্টেম্বৰ (ইংৰাজী: 14 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৭তম (অধিবৰ্ষত ২৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৮টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
  • ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
  • ১৯৪৯ - হিন্দী ভাষাক কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল।
  • ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
  • ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
  • ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
  • ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰ্ফি! কথাছবিখনে মুক্তি পাইছিল।
  • ২০১২ - ‘এখন নেদেখা নদীৰ সিপাৰে’ নামৰ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল বিদ্যুত কটকী।

জন্ম

মৃত্যু

দিৱস

বাহ্যিক সংযোগ

তথ্য় সূত্ৰ