১৬ মে'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মে' ১৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১
১২ ১৩ ১৪ ১৫ ১৬ ১৭ ১৮
১৯ ২০ ২১ ২২ ২৩ ২৪ ২৫
২৬ ২৭ ২৮ ২৯ ৩০ ৩১  

১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯১১ - কলকাতাএছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
  • ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
  • ১৯৭৫ - ছিকিমভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
  • ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
  • ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
  • ১৯৯৯ - কুৱেটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৯০৩ - ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
  • ১৯০৫ - হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
  • ১৯৩১ - কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
  • ১৯৩৭ - ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
  • ১৯৫৩ - মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৩০ - জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
  • ১৯৯৪ - ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
  • ২০২১ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।

দিৱস[সম্পাদনা কৰক]