১৬ মে'
অৱয়ব
(মে' ১৬ৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৫ |
১৬ মে' (ইংৰাজী: 16 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯১১ - কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
- ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
- ১৯৭৫ - ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
- ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
- ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
- ১৯৯৯ - কুৱেটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৯০৩ - ভীমবৰ দেউৰী, অসমীয়া জননেতা আৰু আইনজ্ঞ।
- ১৯০৫ - হেনৰী ফণ্ডা, আমেৰিকান অভিনেতা।
- ১৯৩১ - কে. নটৱৰ সিং, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৩৭ - ৰবাৰ্ট বি. ৱিলচন, আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৫৩ - মিত্ৰা ফুকন, ভাৰতীয় লেখিকা, অনুবাদক আৰু স্তম্ভলেখক।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৩০ - জোছেফ ফুৰিয়ে, ফৰাছী গণিতজ্ঞ।
- ১৯৯৪ - ফণী মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ২০২১ - এম. এছ. নৰসিংহন, ভাৰতীয় গণিতজ্ঞ।
দিৱস
[সম্পাদনা কৰক]
|