সমললৈ যাওক

৪ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(০৪ এপ্ৰিলৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনা

[সম্পাদনা কৰক]
  • ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
  • ১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
  • ১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
  • ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
  • ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
  • ২০১২ - ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।
  • ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
  • ১৯০৮ - বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী।
  • ১৯২৮ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ।
  • ১৯৩৩ - সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পী।
  • ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৬৯ - পল্লৱী যোশী, ভাৰতীয় অভিনয় শিল্পী।
  • ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]