২১ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
২১ ফেব্ৰুৱাৰী (ইংৰাজী: 21 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১৩টা দিন (অধিবৰ্ষত ৩১৪ দিন) বাকী থাকে।
জন্ম
[সম্পাদনা কৰক]- ১৯৪৪ - জয়কান্ত গন্ধীয়া, অসমীয়া গৱেষক আৰু লোকশিল্পী।
- ১৯৬১ - অভিজিৎ বেনাৰ্জী, ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৬৪ - স্কট যোচেফ কেলি, আমেৰিকান অভিযন্তা আৰু মহাকাশচাৰী।
- ১৯৮০ - জিগমে খেচাৰ নামগৱেল ৱাংচুক, ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।
মৃত্যু
[সম্পাদনা কৰক]- ১৮২৯ - কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী।
- ১৯৯০ - জোহৰাবাই অম্বালেৱালী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯১ - নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
- ২০১৬ - কলানিধি নাৰায়ণন, ভাৰতীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষক।
দিৱস
[সম্পাদনা কৰক]- আন্তৰ্জাতিক মাতৃভাষা দিৱস
- সশস্ত্ৰ বাহিনী দিৱস (দক্ষিণ আফ্ৰিকা)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|