২৩ মে'
অৱয়ব
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
২৩ মে' (ইংৰাজী: 23 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৩তম (অধিবৰ্ষত ১৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২২টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৮৫ - আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চছমা আৱিষ্কাৰ কৰে।
- ১৯৫১ - মাও-চে-টুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কৰ্মসূচী আৰম্ভ হয়।
- ১৯৮৪ - ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ এভাৰেষ্টত আৰোহণ।
- ১৯৯৬ - পি. এ. চাংমা (পূৰ্ণ অঘোটোক চাংমা) সৰ্বসন্মতিক্ৰমে দশম একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৭০৩ - কেৰ'লাছ লিনিয়াছ, ছুইডিছ উদ্ভিদ বিজ্ঞানী। তেওঁ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়াইছিল। এই তত্ত্বটোক তেওঁ ‘দ্বি-পদ বা দ্বি-ৰাশিক’ নামেৰে নামকৰণ কৰিছিল।
- ১৮৪৮ - অটো লিলিয়েনথাল, জাৰ্মান পাইলট। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া।
- ১৮৫১ - ধীৰেশ্বৰাচাৰ্য, ভাৰতীয় সংস্কৃত পণ্ডিত। তেখেতক 'কামৰূপৰ কালিদাস' বুলি আখ্যা দিয়া হয়। বৰ্তমানৰ নলবাৰী জিলাৰ আঠঘৰীয়াত তেওঁৰ জন্ম।
- ১৮৯১ - পাৰ লাগেৰভিষ্ট, ছুইডেনৰ সাহিত্যিক। ১৯৫১ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯১৯ - গায়ত্ৰী দেৱী, কোঁচবিহাৰৰ ৰাজকুমাৰী।
- ১৯৭০ - সুনীতা ভূঞা, ভাৰতীয় সংগীতশিল্পী।
মৃত্যু
[সম্পাদনা কৰক]- ১৭০১ - উইলিয়াম কিড, স্কটিচ নাবিক। (জন্মঃ ১৬৪৫)
- ১৮৫৭ - আগাষ্টিন লুই ক'চি, ফৰাচী গণিতজ্ঞ।
- ১৯০৬ - হেনৰিক ইবছেন, নৰৱেৰ নাট্যকাৰ আৰু নাট পৰিচালক।
- ২০১৫ - জন ফ'ৰ্বছ্ নাশ্ব, আমেৰিকান গণিতজ্ঞ।
- ২০১৭ - ৰ'জাৰ মুৰ, বৃত্ৰিছ অভিনেতা, জেমচ্ বণ্ড নামৰ বোলছবি খনৰ বাবে বিখ্যাত।
- ২০১৯ - কল্পনা দাশ, ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব কাছ দিৱস
- শিক্ষাৰ্থী দিৱস (মেক্সিকো)
|