২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২০টা দিন বাকী থাকে।
- ২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়।[1]
- ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।
- ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
- ১৯৭৪ - যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
- ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ।(মৃত্যু: ১৯৭৫ চন)
- ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
- ১৯২৭ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ১৯৬৩ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।