৪ এপ্ৰিল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
9 নং শাৰী: | 9 নং শাৰী: | ||
==জন্ম== |
==জন্ম== |
||
*১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধ লেখক, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮) |
|||
*১৯৪৯ - [[পাৰৱীন বাবী]], ভাৰতীয় অভিনেত্ৰী। |
*১৯৪৯ - [[পাৰৱীন বাবী]], ভাৰতীয় অভিনেত্ৰী। |
||
*১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ। |
*১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ। |
18:15, 3 April 2021ৰ সংস্কৰণ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হৰলৈ আৰু ২৭১ দিন বাকী থাকে।
উল্লেথযোগ্য ঘটনা
- ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
- ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
- ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
- ২০১২ - ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।
জন্ম
- ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধ লেখক, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
- ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।
মৃত্যু
- ১৯৬৮ - মাৰ্টিন লুথাৰ কিং, অনুজ, আমেৰিকান পাদ্ৰী।
দিৱস
বাহ্যিক সংযোগ
ৱিকিমিডিয়া কমন্সত ৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|