১৪ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
2 নং শাৰী: 2 নং শাৰী:


==ঘটনাৱলী==
==ঘটনাৱলী==
# ১৮৯৭ চনৰ আজিৰ দিনটোতে [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
* ১৮৯৭ - [[বাল গংগাধৰ তিলক]]ক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
* ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
# অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি! ]] কথাছবিখনে মুক্তি পাইছিল ২০১২ চনৰ আজিৰ দিনটোতে।
* ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা- চন্দ্ৰত অৱতৰণ কৰিছিল।
# ১৯৯৪ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
* ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
# ১৯৩৯ চনৰ আজিৰ দিনটোতে কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
* ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
# চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল ১৯৫৯ চনৰ আজিৰ দিনটোতে।
* ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত [[বৰ্ফি! ]] কথাছবিখনে মুক্তি পাইছিল।
# ১৯৫৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎ ক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা- চন্দ্ৰত অৱতৰণ কৰে।
# ১৯৯৮ চনৰ আজিৰ দিনটোতে কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।


==জন্ম==
==জন্ম==

01:20, 14 September 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

১৪ ছেপ্টেম্বৰ (ইংৰাজী: 14 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৭তম (অধিবৰ্ষত ২৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৮টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮৯৭ - বাল গংগাধৰ তিলকক ১৮ মাহৰ বাবে কাৰাদণ্ড দিয়া হৈছিল।
  • ১৯৩৯ - কেন্দ্ৰীয় আইন সভাৰ পৰামৰ্শ নকৰাকৈ ভাৰতক প্ৰথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ কৰে।
  • ১৯৫৯ - চন্দ্ৰ অভিমুখী ৰাছিয়াৰ মহাকাশযান ‘লুনা-২’ চন্দ্ৰৰ সৈতে সংঘৰ্ষ হোৱাত ধ্বংস প্ৰাপ্ত হৈছিল। ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশ যান লুনা-২ চন্দ্ৰত অৱতৰণ কৰিছিল।
  • ১৯৯৪ - কেন্দ্ৰীয় চৰকাৰে নতুন ঔষধ নীতি গ্ৰহণ কৰে।
  • ১৯৯৮ - কিৰিবাটি আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য অন্তৰ্ভুক্ত হয়।
  • ২০১২ - অনুৰাগ বসু লিখিত আৰু পৰিচালিত বৰ্ফি! কথাছবিখনে মুক্তি পাইছিল।

জন্ম

  1. ১৮৪৯ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ জীৱ বিজ্ঞানী আইভান পেট্ৰোভিচৰ জন্ম হয়। তেখেতে ১৯০৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

মৃত্যু

  1. ১৩২১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টে ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি ) ৰ মৃত্যু হয়।
  2. আমেৰিকা যুক্টৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি উইলিয়াম মেককিনলিৰ মৃত্যু হৈছিল ১৯০১ চনৰ আজিৰ দিনটোতে।
  3. ১৯৭১ চনৰ আজিৰ দিনটোতে জনপ্ৰিয় বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু হয়।
  4. ২০০৪ চনৰ আজিৰ দিনটোতে আৰক্ষী বিষয়া আৰু জনপ্ৰিয় লেখক খবিৰ আহমেদৰ মৃত্যু হয়।
  5. অসমৰ বৃহত্তম নদীদ্বীপ মাজুলীত নব্বৈৰ দশকত উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, আৰু ১৯৯৭ চনত সমাজকৰ্মী সঞ্জয় ঘোষক অপহৰণ কৰি হত্যা কৰিছিল। এই ঘটনাৰ আধাৰত নিৰ্মাণ কৰা ‘‘এখন নেদেখা নদীৰ সিপাৰে’’ অসমীয়া চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল ২০১২ চনৰ আজিৰ দিনটোতে। পৰিচালক আছিল বিদ্যুত কটকী।

দিৱস

বাহ্যিক সংযোগ


তথ্য় সূত্ৰ