১৪ জানুৱাৰী (ইংৰাজী : 14 January ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ১৪ তম দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষ ত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
১৯০৫ - দুৰ্গা খোটে , ভাৰতীয় অভিনেত্ৰী।
১৯২৬ - মহাশ্বেতা দেৱী , ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
১৯২৯ - শ্যামল মিত্ৰ , ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
১৯৬৫ - সীমা বিশ্বাস , ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
১৭৪২ - এডমাণ্ড হেলি , ইংৰাজ জ্যোতিৰ্বিদ আৰু গণিতজ্ঞ।
২০০৮ - অৰ্চনা শৰ্মা , ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।
২০১৪ - কনক চন্দ্ৰ ডেকা , অসমীয়া সাহিত্যিক।
বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
পতাকা দিৱস (জাৰ্জিয়া )।