১৪ মে'
অৱয়ব
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
১৪ মে' (ইংৰাজী: 14 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৪তম (অধিবৰ্ষত ১৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩১টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৭৯৬ - এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে।
- ২০১৮ - আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে।
জন্ম
[সম্পাদনা কৰক]- ১৬৫৭ - ছত্ৰপতি সম্ভাজী, ভাৰতীয় শাসনকৰ্তা।
- ১৯২৩ - মৃণাল সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৪৪ - আভা হাজৰিকা, অসমীয়া অভিনেত্ৰী আৰু পৰিচালক।
- ১৯৫৪ - পিটাৰ জন ৰেটক্লিফ, ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী।
- ১৯৮৪ - মাৰ্ক জুকাৰবাৰ্গ, জনপ্ৰিয় সামাজিক যোগাযোগ মাধ্যম ফেচবুকৰ প্ৰতিষ্ঠাতা।
- ১৯৯৭ - মানুষী চিল্লাৰ, ভাৰতীয় মডেল।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭২ - প্ৰভাৱতী দেৱী সৰস্বতী, ভাৰতীয় লেখক।
- ২০১০ - ভৈৰোঁ সিং শেখাৱত, ভাৰতৰ প্ৰাক্তন উপৰাষ্ট্ৰপতি।
দিৱস
[সম্পাদনা কৰক]- পতাকা দিৱস (পাৰাগুৱে)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৪ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2022-08-14 at the Wayback Machine
|