২৮ ডিচেম্বৰ
অৱয়ব
ডিচেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৪ |
২৮ ডিচেম্বৰ (ইংৰাজী: 28 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬২তম (অধিবৰ্ষত ৩৬৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৮৫ - ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়। [1]
- ১৮৯৫ - লুমিয়েৰ ভাতৃদ্বয়ে চিনেমাটোগ্ৰাফ আৱিষ্কাৰ কৰে।[1]
জন্ম
[সম্পাদনা কৰক]- ১৯০৭ - গণেশ গগৈ, অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি।
- ১৯১১ - ফনি মজুমদাৰ, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৩২ - ধীৰুভাই আম্বানি, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
- ১৯৩৪ - মেগী স্মিথ, হলিউডৰ অভিনেত্ৰী।
- ১৯৩৭ - ৰতন টাটা, ভাৰতৰ উল্লেখযোগ্য ব্যৱসায়ী।
- ১৯৫২ - অৰুণ জেটলী, ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪৮ - মহম্মদ চালেহ আকবৰ হাইদৰী, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আৰু ৰাজনৈতিক নেতা।
- ১৯৬৭ - ওঙ্কাৰনাথ ঠাকুৰ, ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক।
দিৱস
[সম্পাদনা কৰক]- গণতন্ত্ৰ দিৱস (দক্ষিণ ছুডান)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২৮ ডিচেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|