১৯ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুন ১৯ৰ পৰা পুনঃনিৰ্দেশিত)


১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

১৯ জুন (ইংৰাজী: 19 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭০তম (অধিবৰ্ষত ১৭১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৫টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪৫ - চীনৰ কমিনিউষ্ট মাও জে দঙ-এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল।
  • ১৯৫৩ - আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।
  • ১৯৮১ - বৰ্ষত ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল’ ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উপেক্ষণ কৰা হৈছিল আজিৰ দিনটোতে।
  • ২০০৪ - পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত আমচোং বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৮১ - সুভাষ মুখোপাধ্যায় (মুখাৰ্জী), ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় (মাত্ৰ ৬৭ দিনৰ পিছত) টেষ্ট-টিউব শিশু দুৰ্গাৰ কানুপ্ৰিয়া আগৰৱালা সৃষ্টিকৰ্তা হিচাপে স্বীকৃত ভাৰতীয় চিকিৎসক বিজ্ঞানী। (জন্ম: ১৯৩১)
  • ২০১৫ - লক্ষী বৰঠাকুৰ, অসমীয়া অভিনয় শিল্পী, নাট্যকাৰ তথা লেখক।
  • ২০২১ - ধীৰাজ বৰা, ভাৰতীয় পদাৰ্থ বিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক।

দিৱস[সম্পাদনা কৰক]

অনান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]