৯ ডিচেম্বৰ (ইংৰাজী : 9 December ) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰ ৰ ৩৪৩ তম (অধিবৰ্ষ ত ৩৪৪ তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২টা দিন বাকী থাকে। অসমীয়া লেখেৰে আঘোণ মাহৰ ২২ দিন। তৃতীয়া তিথি। ২০২১ ভাস্কৰাব্দ আৰু ৫৬৬ শঙ্কৰাব্দ। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৯৯২ চনৰ আজিৰ দিনটোত মহাকাশচাৰী সকলে হাবল টেলিস্ক'প ত ঘটা বিজুতি শুধৰাবলৈ সক্ষম হয়।
১৪৮৪ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত হিন্দী গায়ক দৃষ্টিহী সুৰ দাস ৰ জন্ম হৈছিল।
১৮২৫ চনৰ আজিৰ দিনটোতে চিপাহী বিদ্ৰোহ ৰ বীৰ নায়ক তুলাৰাম ৰ জন্ম হয়।
১৯০৮ চনৰ আজিৰ দিনটোতেই ইংৰাজ ৰোমাণ্টিক কবি জন মিল্টন ৰ (John Milton) জন্ম হয় আজিৰ দিনটোতে। পেৰাডাইজ লষ্ট (ইংৰাজী : Paradise Lost ) তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ।
২০০৫ চনৰ আজিৰ দিনটোতে বিশিষ্ট নাট্যকাৰ, কথা সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰ ৰ মৃত্যু হয়।