৪ অক্টোবৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী: 1 নং শাৰী:
{{আজিৰ দিনটো|4|10|277}}
{{আজিৰ দিনটো|4|10|2004
}}


==ঘটনাৱলী==
==ঘটনাৱলী==

01:47, 14 October 2023ৰ সংস্কৰণ

১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০ ৩১  

৪ অক্টোবৰ (ইংৰাজী: 4 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২,০০৪তম (অধিবৰ্ষত ২,০০৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ −১,৬৩৯টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৩০২ - বাইজেণ্টাইন-ভেনিছিয়ান যুদ্ধৰ সমাপ্তি ঘটে।
  • ১৫৮২ - গ্ৰেগৰিয়ান বৰ্ষপঞ্জী পোপ ত্ৰয়োদশ গ্ৰেগৰিৰ দ্বাৰা প্ৰৱৰ্তন কৰা হয়।
  • ১৮২৪ - মেক্সিকো গণৰাজ্যত পৰিণত হয়।
  • ১৯১৭ - প্ৰথম বিশ্বযুদ্ধ: ফ্লেণ্ডাৰ্ছত ব্ৰিটিছ আৰু জাৰ্মান সৈন্যৰ মাজত ব্ৰুডছেইণ্ডৰ যুদ্ধ সংঘটিত হয়।
  • ১৯১৮ - প্ৰথম বিশ্বযুদ্ধ: এটা বিস্ফোৰণত ১০০ ৰো অধিক লোকনিহত হয় আৰু নিউ জাৰ্চীৰ এটা শ্বেল লোডিং প্ৰকল্প ধ্বংস হয়।
  • ১৯৫৭ - স্পুটনিক ১, পৃথিৱীক প্ৰদক্ষিণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটো ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰে।
  • ২০০৬ - জুলিয়ান এচাংছে ৱিকিলিকছ প্ৰতিষ্ঠা কৰে।

জন্ম

মৃত্যু

  • ১৯৪৭ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (জন্ম: ২৩ এপ্ৰিল, ১৮৫৮)
  • ১৯৮৬ - সৰলা দেৱী, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, নাৰীবাদী, সমাজকৰ্মী, ৰাজনীতিবিদ আৰু সাহিত্যিক।
  • ২০০০ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী আছিল। তেওঁ ১৯৯৩ চনত ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰিছিল।(জন্ম: এপ্ৰিল ২৬, ১৯৩২)

ছুটী আৰু উদযাপন দিৱস

বাহ্যিক সংযোগ


তথ্য সংগ্ৰহ

তথ্য় সূত্ৰ