২৫ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: {{কেলেণ্ডাৰ|lk=on|month=01}} '''২৫ জানুৱাৰী''' হৈছে [[গ্ৰেগৰিয়ান বৰ্ষপঞ্জী]...
 
14 নং শাৰী: 14 নং শাৰী:


[[শ্ৰেণী:জানুৱাৰী]]
[[শ্ৰেণী:জানুৱাৰী]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]

09:26, 13 February 2018ৰ সংস্কৰণ

১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।

উল্লেখযোগ্য ঘটনা

  • ১৭৫৫ = মস্কো বিশ্ববিদ্যালয় প্ৰতিস্থা কৰা হয়।
  • ১৮২৪ = বঙালী কবি আৰু প্ৰথম চনেট ৰচয়িতা মধুসুধন দত্তৰ জন্ম হয়।
  • ১৮৮১ = টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিস্থা কৰে।
  • ১৯১৮ = বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
  • ১৯৪৯ = এমী পুৰস্কাৰৰ আৰম্ভনি কৰা হয়।
  • ১৯৮০ = মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
  • ২০০৫ = মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮ জন লোকৰ মৃত্যু হয়।