২১ মাৰ্চ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
9 নং শাৰী: 9 নং শাৰী:


==জন্ম==
==জন্ম==
* ১৯০৫ - শ্বহীদ [[কুশল কোঁৱৰ]]ৰ জন্মদিন।
* ১৯০৫ - শ্বহীদ [[কুশল কোঁৱৰ]]ৰ জন্মদিন।
* ১৯৭৮ - ৰাণী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।


== মৃত্যু ==
== মৃত্যু ==

11:14, 23 March 2021ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৮২৯ - স্পেনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
  • ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
  • ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
  • ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।

জন্ম

  • ১৯০৫ - শ্বহীদ কুশল কোঁৱৰৰ জন্মদিন।
  • ১৯৭৮ - ৰাণী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যু

ছুটি আৰু অন্যান্য

বিশ্ব কবিতা দিৱস

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ