১০ মে'
অৱয়ব
(১০ মেৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৫ |
১০ মে' (ইংৰাজী: 10 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯০১- বিজ্ঞানী জগদীশ চন্দ্ৰ বসুয়ে লণ্ডনত উদ্ভিদ আৰু প্ৰাণীৰ সংগতি প্ৰদৰ্শন কৰে।
- ১৯৮১- মুম্বাইত প্ৰথম নৈশ ক্ৰিকেট অনুষ্ঠিত হয়।
- ১৯৯৪- আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৯২৭ - নয়নতৰা চেহগল, ভাৰতীয় ইংৰাজী লেখিকা।
- ১৯৫৭ - উমাশ্ৰী, ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ।
- ১৯৬৯ - লোটে শ্বেৰিং, ভূটানৰ ৰাজনীতিবিদ আৰু চিকিৎসক।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৭৭ - গিৰিধৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি।
- ১৯৯৮ - কাঞ্চন বৰুৱা, অসমীয়া ঔপন্যাসিক।
- ২০০২ - কাইফি আজমী, ভাৰতীয় কবি আৰু গীতিকাৰ।
- ২০২০ - গোকুল পাঠক, অসমৰ লোকশিল্পী, সাহিত্যিক তথা সাংবাদিক।
- ২০২২ - শিৱকুমাৰ শৰ্মা, ভাৰতীয় সন্তুৰ বাদক।
দিৱস
[সম্পাদনা কৰক]
|