১ মে' (ইংৰাজী : 1 May ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১২১তম (অধিবৰ্ষ ত ১২২তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৮১ – পিয়েৰে টেইহাৰ্ড দ্য চাৰ্ডিন , ফৰাচী দাৰ্শনিক আৰু জীবাশ্মবিদ (মৃ. ১৯৫৫)
১৯১৯ – মান্না দে , ভাৰতীয় সঙ্গীতশিল্পী।
১৯১৩ - বলৰাজ চাহানী, হিন্দী চলচ্চিত্ৰৰ অভিনেতা। (মৃত্যু: ১৩ এপ্ৰিল , ১৯৭৩)
১৯২২ - আব্দুছ ছাত্তাৰ , অসমৰ কবি, জীৱনীকাৰ, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষাবিদ।
১৯২৩ – জোছেফ হেলাৰ, আমেৰিকান ঔপন্যাসিক (মৃ. ১৯৯৯)
১৯৪২ - ৰমেশ পাঠক , ভাৰতীয় সাহিত্যিক তথা গৱেষক।
১৯৫১ – গৰ্ডন গ্ৰীনিজ, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেটচমেন।
১৯৬০ - কমলেশ মেহতা , ভাৰতীয় টেবুল টেনিছ খেলুৱৈ তথা প্ৰশিক্ষক।
১৯৬৮ - বাবুল ফুকন , অসমৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিল। দীৰ্ঘদিন ধৰি যকৃৎ আৰু বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকাৰ পিছত ২০১৩ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।
১৯৬৮ – অলিভাৰ বিয়েৰহফ, জাৰ্মান ফুটবল খেলুৱৈ।
১৯৭৩ - ডায়েনা হেইডেন , ভাৰতীয় অভিনেত্ৰী।
১৯৮৮ - অনুষ্কা শৰ্মা , হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
১৯৯৫ - ৰাধিকা মাদান , হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী।
১৯৪৫ – জোছেফ গোয়েবলচ, নাৎসি জাৰ্মান ৰ প্ৰচাৰমন্ত্ৰী (জ. ১৮৯৭)
১৯৯০ - উপেন্দ্ৰনাথ ব্ৰহ্ম , ভাৰতীয় ৰাজনৈতিক নেতা।
১৯৯৩ - পিয়েৰ বেৰেগোভোয়া, ফৰাচী প্ৰধানমন্ত্ৰী (জ. ১৯২৫)
২০২১ - বিক্ৰমজিৎ কঁৱৰপাল , ভাৰতীয় অভিনেতা।