১০ এপ্ৰিল
অৱয়ব
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
১০ এপ্ৰিল (ইংৰাজী: 10 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১০০তম (অধিবৰ্ষত ১০১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৬৫টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ২০১৬ - কেৰালাৰ কোল্লম জিলাৰ পুত্তিলিঙ্গ মন্দিৰত জুই লগাৰ ফলত প্ৰায় ১১০জন মানুহৰ মৃত্যু ঘটিছিল, ৩০০ জনতকৈও বেছি মানুহ আহত হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৭৭৫ - চেমুৱেল হ্যানিমেন, জাৰ্মান চিকিৎসক।
- ১৮৯৮ - আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
- ১৯৪০ - ইভা আচাও, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ১৪ জুন, ১৯৮৮)
- ১৯৭৪ - প্ৰদ্যুত বৰা, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৮৬ - আয়েশা টাকিয়া, বলিউডৰ অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৯৫ - মোৰাৰজী দেশাই, ভাৰতৰ ষষ্ঠ প্ৰধান মন্ত্ৰী।
- ১৯৯৭ - মেহতাব, ভাৰতীয় অভিনেত্ৰী।
- ২০১৭ - প্ৰদীপ শইকীয়া, অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক আৰু ঔপন্যাসিক। (জন্ম: ১৪ ছেপ্টেম্বৰ, ১৯৩৬)
- ২০১৯ - দ্ৰুপদ বৰগোহাঁই, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
[সম্পাদনা কৰক]- আন্তৰ্জাতিক ভাতৃ-ভগ্নী দিৱস
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১০ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|