১০ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
১০ ফেব্ৰুৱাৰী (ইংৰাজী: 10 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৪১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৪টা দিন (অধিবৰ্ষত ৩২৫ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
[সম্পাদনা কৰক]- ১২৫৮ – মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আবাছিড খালিফাত ধ্বংস কৰে।
- ২০১৩ – কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহবাদত সংঘটিত এক হত্যাকাণ্ডত ৩৬জন লোক নিহত আৰু ৩৯জন লোক আহত হয়।
জন্ম
[সম্পাদনা কৰক]- ১৮৪৭ - নবিনচন্দ্ৰ সেন, বাংলাদেশী কবি-সাহিত্যিক।
- ১৮৯০ - পূৰ্ণকান্ত বুঢ়াগোহাঞি, অসমীয়া বুৰঞ্জীবিদ।
- ১৯৪২ - মাধৱী মুখাৰ্জী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ২০০১ - নিৰোদ চৌধুৰী, অসমীয়া সাহিত্যিক আৰু সাংবাদিক।
- ২০১৬ - ফাটিমা সূৰযা বাজিয়া, ভাৰতীয়-পাকিস্তানী সাহিত্যিক তথ্য নাট্যকাৰ
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|