১৩ নৱেম্বৰ
অৱয়ব
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৫ |
১৩ নৱেম্বৰ (ইংৰাজী: 13 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১৭তম (অধিবৰ্ষত ৩১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯১৩ - ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হয়। নোবেল বঁটা লাভ কৰা এৱেঁই প্ৰথম ভাৰতীয়।
জন্ম
[সম্পাদনা কৰক]- ১৮৩১ - জেমছ ক্লাৰ্ক মেক্সৱেল, স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী।
- ১৯২৩ - উপেন্দ্ৰ নাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
- ১৯৬৭ - জুহি চাওলা, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯০৭ - ফ্ৰান্সিছ থমছন, ইংৰাজ কবি।
- ১৯৪৭ - নগেন্দ্ৰ নাৰায়ণ চৌধুৰী, অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ প্ৰাতঃস্মৰণীয় ব্যক্তি।
- ১৯৯৮ - সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, যশস্বী কবি, সাহিত্যিক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল।
- ২০০০ - উপেন্দ্ৰনাথ গোস্বামী, সাহিত্যিক তথা অসমীয়া ভাষাৰ গৱেষক।
- ২০০৭ - ড॰ চন্দ্ৰধৰ চমুৱা, নাট্যকাৰ সাহিত্যিক।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব অনুকম্পা দিৱস
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৩ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|