১৫ জানুৱাৰী
অৱয়ব
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
১৫ জানুৱাৰী (ইংৰাজী: 15 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫০টা দিন (অধিবৰ্ষত ৩৫১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৫৫৯- এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
- ১৮৮৯ - আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
- ২০০১ - ৱিকিপিডিয়াৰ আৰম্ভণি।
জন্ম
[সম্পাদনা কৰক]- ১৯১৯ - চৈয়দ আব্দুল মালিক, অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি।
- ১৯২৬ - কে. ডি. যাদৱ, ভাৰতীয় খেলুৱৈ।
- ১৯২৯ - মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, আমেৰিকাৰ ৫০ আৰু ৬০ দশকৰ অসামৰিক অধিকাৰ আন্দোলনৰ নেতা।
- ১৯৩৮ - চুনী গোস্বামী, ভাৰতীয় ক্ৰিকেটাৰ আৰু ফুটবল খেলুৱৈ।
- ১৯৬৭ - ভানুপ্ৰিয়া, ভাৰতীয় অভিনেত্ৰী।
- ১৯৭৫ - মেৰী পিয়াৰ্ছ, ফ্ৰান্সৰ মহিলা টেনিছ খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৯৮ - গুলজাৰিলাল নন্দা, ভাৰতৰ এগৰাকী ৰাজনৈতিক নেতা তথা অৰ্থনীতিবিদ।
- ২০১২ - হোমাই ভ্যাৰাৱালা, ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক।
দিৱস
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৫ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|