১৬ জানুৱাৰী
অৱয়ব
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
১৬ জানুৱাৰী (ইংৰাজী: 16 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৯টা দিন (অধিবৰ্ষত ৩৫০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৯৯১ - ইৰানৰ বিৰোদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ " অপাৰেশ্বন ডে'জাৰ্ট স্তৰ্ম " ঘোষণা।
- ২০১১ - ব্ৰাজিলত ভয়াৱহ বানত ৫৬০ৰো অধিক লোকৰ মৃত্যু।
জন্ম
[সম্পাদনা কৰক]- ১৮৭৪ - ৰবাৰ্ট ছাৰ্ভিছ, কানাডাৰ কবি।
- ১৯০১ - সুকুমাৰ সেন,ভাৰতীৰ বাঙালী ভাষাতাত্ত্বিক আৰু সাহিত্য বিশাৰদ। (মৃ.০৩/০৩/১৯৯২)
- ১৯৮৭ - কাব্য বিশ্বনাথন, ভাৰতীয় বংশোদ্ভূত বিতৰ্কিত মাৰ্কিন সাহিত্যিক।
মৃত্যু
[সম্পাদনা কৰক]- ১৯০১ - মহাদেৱ গোবিন্দ ৰানডে, ভাৰতীয় পণ্ডিত, সমাজ সংস্কাৰক, বিচাৰপতি আৰু লেখক।
- ১৯৩৮ - শৰৎচন্দ্ৰ চট্টোপাধ্যায়, বাঙালী কথাসাহিত্যিক আৰু প্ৰবন্ধকাৰ। (জ.১৫/০৯/১৮৭৬)
- ১৯৬৮ - নকুলচন্দ্ৰ ভূঞা, অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ।
- ২০১৬ - আনন্দ চন্দ্ৰ দত্ত, অসমৰ এজন আন্তঃৰাষ্ট্ৰীয়ভাৱে জনাজাত উদ্ভিদবিদ।
- ২০১৮ - শাম্মী আখতাৰ, বাংলাদেশী সঙ্গীতশিল্পী। (জ. ১৯৫৫)
দিৱস/উৎসৱ
[সম্পাদনা কৰক]- দিহিং পাটকাই উৎসৱ ( ১৬ জানুৱাৰী - ১৯ জানুৱাৰী, অসম, ভাৰত)।
- শিক্ষক দিৱস (থাইলেণ্ড)।
- শিক্ষক দিৱস (ম্যানমাৰ)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৬ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|