২৬ এপ্ৰিল
অৱয়ব
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৬ এপ্ৰিল (ইংৰাজী: 26 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৬তম (অধিবৰ্ষত ১১৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৯টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৫৬৪ - ইংৰাজ কবি আৰু নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰক দীক্ষিতকৰণ কৰা হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৯২১ - নিবাৰণ বৰা, ভাৰতীয় ৰাজনীতিবিদ তথা লেখক।
- ১৯৩২ - মাইকেল স্মিথ, এজন ব্ৰিটিছ বংশোদ্ভৱ কানাডিয়ান জৈৱ ৰসায়নবিদ আৰু ব্যৱসায়ী।
- ১৯৩৭ - ষ্টেন স্বামী, ভাৰতীয় ৰোমান কেথলিক ধৰ্মযাজক।
- ১৯৭০ - সাৰন্য পোনভান্নন, দক্ষিণ ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৮ - ৰুটজাৰ ব্ৰেগমেন, নেডাৰলেণ্ডৰ ইতিহাসবিদ আৰু লেখক।
মৃত্যু
[সম্পাদনা কৰক]- ১৫৮৯ - তানসেন, ভাৰতীয় সংগীতজ্ঞ।
- ১৯২০ - শ্ৰীনিবাস ৰামানুজন, ভাৰতীয় গণিতজ্ঞ। (জন্ম: ১৮৮৭)
- ২০২১ - পাৰুল দেৱী দাস, অসমৰ প্ৰথমগৰাকী মহিলা আই এ এছ বিষয়া।
দিৱস
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২৬ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|