৮ মাৰ্চ (ইংৰাজী: 8 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬৬তম (অধিবৰ্ষত ৬৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৯টা দিন বাকী থাকে।
- ১৯৭৫ - ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে।
- ১৮৯৩ - ৰাজবালা দাস, অসমীয়া শিক্ষাবিদ।
- ১৯০৮ - লোকনাথ বল, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১৬ - অন্নপূৰ্ণা গোস্বামী, ভাৰতীয় সাহিত্যিক।
- ১৯৫৩ - বসুন্ধৰা ৰাজে, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫৮ - যোগেশ্বৰ বৰুৱা, ভাৰতৰ মুক্তি যুঁজাৰু।
- ১৯৮৪ - ৰোছ টেইলৰ, নিউজিলেণ্ডৰ ক্ৰিকেটাৰ।
- ১৫৩৪ - ৰাণী কৰ্ণাৱতী, ভাৰতৰ বুন্দিৰ ৰাজকুঁৱৰী আৰু অস্থায়ী শাসক।
- ১৭০২ - তৃতীয় উইলিয়াম, ইংলেণ্ডৰ ৰজা।