১০ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অক্টোবৰ ১০ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

১০ অক্টোবৰ (ইংৰাজী10 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ ২৮৩তম (অধিবৰ্ষত ২৮৪তম) দিন। বছৰ শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮২ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনা[সম্পাদনা কৰক]

  1. ১৮৯৭ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ জন্ম হয়।
  2. ১৯০৯ চনৰ আজিৰ দিনটোতে সাহিত্যিক ৰমা দাশৰ জন্ম হয়।
  3. ১৯৬২ চনৰ আজিৰ দিনটোতে অসম বিধানসভাত চৰকাৰী ভাষা আইন ( Official Language Act XXIII, 1960 ) উত্থাপন কৰা হয়।
  4. ১৯৯৯ চনৰ আজিৰ দিনটোতে বিজেপি তথা আন কেইটামান দলৰ মিত্ৰজোঁটৰ কেন্দ্ৰত চৰকাৰ গঠন কৰে। অটল বিহাৰী বাজপেয়ী পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰী।
  5. ১৭৩১ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হয়।
  6. ১৮৮৫ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হয়।
  7. ১৯৬৪ চনৰ আজিৰ দিনটোতে টকিঅ'ত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়।
  8. ২০০০ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰনায়কৰ মৃত্যু হয়।
  9. ১৯৭০ চনৰ আজিৰ দিনটোতে ফিজিয়ে স্বাধীনতা লাভ কৰে।

দিৱস[সম্পাদনা কৰক]

  1. আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Jenkins, Rachel; Lynne Friedli; Andrew McCulloch; Camilla Parker (2002). Developing a National Mental Health Policy. Psychology Press. পৃষ্ঠা. 65. ISBN 1-84169-295-6.