২৯ ছেপ্টেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ছেপ্টেম্বৰ ২৯ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৯ ছেপ্টেম্বৰ (ইংৰাজী: 29 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭২তম (অধিবৰ্ষত ২৭৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৩টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৫০ - ইণ্ডোনেছিয়াই ৰাষ্ট্ৰ সংঘৰ সদস্য পদ গ্ৰহণ কৰে ৷
  • ১৯৫৯ - প্ৰথম এছিয় মহিলা সাঁতোৰবিদৰূপে আৰতি সাহাই ইংলিছ চেনেল পাৰ হয়।
  • ১৯৬২ - কলিকতাত ভাৰতৰ প্ৰথমটো তৰাঘৰ ‘‘বিৰলা তৰাঘৰ’’ মুকলি হয়।
  • ১৯৭৭ - গংগাৰ পানী বিতৰণক লৈ ভাৰত আৰু বাংলাদেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়।
  • ২০০২ - দক্ষিণ কোৰিয়াৰ বুছানত চতুৰ্দশ এছিয়ান গেমছ আৰম্ভ হয়।
  • ২০০৪ - বিশ্বৰ ঐশ্বৰ্যশালী ভাৰতীয় ক্ৰিকেট কণ্ট্ৰ’ল বৰ্ডৰ সভাপতিৰূপে ৰণবীৰ সিং মহেন্দ্ৰ নিৰ্বাচিত হয়।
  • ২০১০ - অসম চৰকাৰে অসম জৈৱ বৈচিত্ৰ্য পৰিষদ গঠন কৰে।[1]

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2021-09-29. https://web.archive.org/web/20210929010247/http://asbb.gov.in/booklets/ASBB-Leaflet-Assamese.pdf। আহৰণ কৰা হৈছে: 2021-09-29.