২৫ ছেপ্টেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) অ link দক্ষিণ কোৰিয়া using Find link |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
1 নং শাৰী: | 1 নং শাৰী: | ||
* ১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী [[ভাস্কো দা গামা]]ৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে। |
|||
* ১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়৷ |
|||
* ১৯৩০ এই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত। |
|||
* ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ এই দিনটোতে। |
|||
* ৰাষ্ট্ৰপতি [[ফখৰুদ্দিন আলি আহমেদ]]ৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ এই দিনটোত। |
|||
* ১৯৭৬ চনৰ এই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়। |
|||
* এই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল। |
|||
* ১৯৭০ চনৰ এই দিনটোতে [[প্ৰথম বিশ্বযুদ্ধ]]ৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয়। |
|||
* ১৮৬৬ খ্ৰীষ্টাব্দৰ এই দিনটোতে মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত [[নোবেল বঁটা]] লাভ কৰিছিল। |
|||
* ১৮৯৭ খ্ৰীষ্টাব্দৰ এই তাৰিখতে মাৰ্কিন উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয়। |
|||
* এই দিনটোত [[ৰাছিয়া]] সমৰ্থিত [[উত্তৰ কোৰিয়া]] সেনাৰ [[দক্ষিণ কোৰিয়া]] আক্ৰমণ হয় ১৯৩২ চনৰ এই দিনটোতে। |
|||
* আজি মোজাম্বিকৰ স্বাধীনতা দিৱস। |
|||
{{Months}} |
|||
[[শ্ৰেণী:ছেপ্টেম্বৰ]] |
[[শ্ৰেণী:ছেপ্টেম্বৰ]] |
12:00, 25 September 2018ৰ সংস্কৰণ
- ১৫২৪ খ্ৰীষ্টাব্দৰ এই দিনটোতে পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামাৰ তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতলৈ আহে।
- ১৯৭৪ চনৰ এই দিনটোতে ভাৰতবৰ্ষৰ পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত ৰূপ দিয়া হয়৷
- ১৯৩০ এই দিনটোতে ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ জন্ম হয় ইংলেণ্ডত।
- ভাৰতৰ নৱম প্ৰধান মন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হয় ১৯৩১ চনৰ এই দিনটোতে।
- ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ১৯৭৫ চনৰ এই দিনটোত।
- ১৯৭৬ চনৰ এই দিনটোত ভাৰতত বলৱৎ থকা অন্তৰ্ৱতীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰা হয়।
- এই দিনটোতে জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
- ১৯৭০ চনৰ এই দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু হয়।
- ১৮৬৬ খ্ৰীষ্টাব্দৰ এই দিনটোতে মাৰ্কিন জীৱ বিজ্ঞানী টমাছ হাণ্ট মৰ্গানৰ জন্ম হয়। ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
- ১৮৯৭ খ্ৰীষ্টাব্দৰ এই তাৰিখতে মাৰ্কিন উপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হয়।
- এই দিনটোত ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ হয় ১৯৩২ চনৰ এই দিনটোতে।
- আজি মোজাম্বিকৰ স্বাধীনতা দিৱস।
|