১৬ এপ্ৰিল
অৱয়ব
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
এপ্ৰিল ১৬ গ্ৰেগৰীয় বৰ্ষপঞ্জী অনুসৰি বছৰৰ ১০৬ তম (অধিবৰ্ষত ১০৭ তম) দিন।
ঘটনাৱলী
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]- ১৮৪৪ - আনাটোল ফ্ৰাঁ, ফ্ৰান্সৰ কবি, ঔপন্যাসিক আৰু সাংবাদিক।
- ১৮৬৭ - উইলবাৰ ৰাইট, উৰাজাহাজৰ আৱিষ্কাৰক।
- ১৮৮৯ - চাৰ্লি চেপলিন, ইংৰাজী চলচ্চিত্ৰ অভিনেতা।
- ১৯৩৮ - তাৰক চন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যিক।
- ১৯৪৮ - জগমোহন কৌৰ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৭৮ - লাৰা দত্ত, ভাৰতীয় মডেল আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা ২০০০ চনৰ মিছ ইউনিভাৰ্চ।
- ১৯৭৩ - আলিয়াউনে দমালা বাদাৰা আকন থিয়াম (আকন), চেনেগালেছ-আমেৰিকান গায়ক, গীতিকাৰ, ৰেকৰ্ড প্ৰযোজক আৰু উদ্যোগী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮২৮ - ফ্ৰান্সিছক' গয়া, স্পেইনৰ চিত্ৰশিল্পী।
- ১৯৯৮ - বদন বৰুৱা, অসমীয়া সাংবাদিক।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব কণ্ঠ দিৱস
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ১৬ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|