২০ মাৰ্চ
অৱয়ব
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
২০ মাৰ্চ (ইংৰাজী: 20 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৯তম (অধিবৰ্ষত ৮০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৬টা দিন বাকী থাকে।
ঘটনাবলী
[সম্পাদনা কৰক]- ১৬৮৬ – কলকাতাৰ সূতানটি নামৰ গাঁৱত প্ৰথম ব্ৰিটিশ পতাকা উত্তোলন কৰা হয়।
- ১৭৩৯ – নাদিৰ শাহে দিল্লি দখল কৰে।
- ১৯৩৫ – ব্ৰিটিশ কাউন্সিল প্ৰতিষ্ঠিত হয়।
- ১৯৯১ - খালেদা জিয়াই বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে।
২০ মা
জন্ম
[সম্পাদনা কৰক]- ১৮২৮ - হেনৰিক ইবছেন, নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক।
- ১৮৯০ - জ্ঞাননাথ বৰা, অসমীয়া কবি, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ।
- ১৯২৫ - জৰ্জ নেথালিয়েন কাৰ্জন, ব্ৰিটিশ সাম্ৰাজ্যৰ অধীন উপনিবেশ ভাৰতেৰ গভৰ্নৰ জেনাৰেল আৰু ভাইচৰয়। (জ.১৮৫৯)
- ১৯৫০ - সাৱিত্ৰী জিন্দাল, ভাৰতীয় ব্যৱসায়ী
- ১৯৬৬ - অলকা য়াগনিক, ভাৰতীয় নেপথ্য গায়িকা।
- ১৯৭৭ - গায়ত্ৰী যোশী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৫৮ - অৱন্তীবাই লোধী, ৰামগড়ৰ ৰাণী তথা মুক্তি যুঁজাৰু।
- ২০০৬ - ভৃগু কুমাৰ ফুকন, অসমৰ জাতীয়তাবাদী নেতা তথা অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী।
- ২০১৪ - খুছৱন্ত সিং, ভাৰতীয় সাহিত্যিক, উপন্যাসিক, স্তম্ভ লেখক, সাংবাদিক আৰু ইতিহাসবিদ।
দিৱস
[সম্পাদনা কৰক]- বিশ্ব ঘৰচিৰিকা দিৱস
- আন্তৰ্জাতিক সুখ দিৱস
- স্বাধীনতা দিৱস (টিউনিচিয়া)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২০ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত Archived 2007-02-19 at the Wayback Machine
|