২৭ জুন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
2 নং শাৰী: 2 নং শাৰী:


==ঘটনাৱলী==
==ঘটনাৱলী==
* ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডেৰ এনফিল্ড চহৰত।
* ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।


==জন্ম==
==জন্ম==
11 নং শাৰী: 11 নং শাৰী:
* ১৯৬৪ - [[পি. টি. উষা]], ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
* ১৯৬৪ - [[পি. টি. উষা]], ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
* ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
* ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
* ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
* ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।


== মৃত্যু ==
== মৃত্যু ==
* ১৮২৯ - ইংৰাজ বিজ্ঞানী আৰু দার্শনিক জেমচ্ স্মিথচ্ন।
* ১৮২৯ - ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক জেমচ্ স্মিথচ্ন।
* ১৮৩৯ - শিখ ৰজা ৰণজিত সিংহ।
* ১৮৩৯ - শিখ ৰজা ৰণজিত সিংহ।


== ছুটি আৰু অন্যান্য ==
== ছুটি আৰু অন্যান্য ==

12:59, 26 June 2022ৰ সংস্কৰণ

১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৭ জুন (ইংৰাজী: 27 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৮তম (অধিবৰ্ষত ১৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৭টা দিন বাকী থাকে।

ঘটনাৱলী

  • ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।

জন্ম

  • ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
  • ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
  • ১৯১৫ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
  • ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
  • ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
  • ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
  • ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।

মৃত্যু

  • ১৮২৯ - ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক জেমচ্ স্মিথচ্ন।
  • ১৮৩৯ - শিখ ৰজা ৰণজিত সিংহ।

ছুটি আৰু অন্যান্য

তথ্য সংগ্ৰহ


বাহ্যিক সংযোগ