১ জুন (ইংৰাজী : 1 June ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ১৫২তম (অধিবৰ্ষ ত ১৫৩তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৩টা দিন বাকী থাকে।
আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৪২ - শিক্ষাবিদ ডেভিড হেয়াৰ।
১৯৬৮ - হেলেন কেলাৰ , মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী। উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
১৯৮১ - নাৰ্গিছ দত্ত , ভাৰতীয় অভিনেত্ৰী।
১৯৯৬ - নীলম সঞ্জীৱ ৰেড্ডী , ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি।
২০০৪ - নিৰ্মলপ্ৰভা বৰদলৈ , অসমীয়া সাহিত্যক তথা গীতিকাৰ।
২০০৭ - ৰামৰাও কৃষ্ণৰাও পাটিল , ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৮৩১ – জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়।
২০০১ – নেপালৰ ৰাজকীয় হত্যাকাণ্ড : নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক গুলীয়াই হত্যা কৰে।
২০১১ – ২৫বাৰ সফল উৰণৰ পিছত মহাকাশযান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে।