২ জানুৱাৰী
অৱয়ব
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২ জানুৱাৰী (ইংৰাজী: 2 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
[সম্পাদনা কৰক]- ১৯৪২ খৃঃ - জাপানী বাহিনীৰ দ্বাৰা ফিলিপাইনছৰ ৰাজধানী মানিলা দখল।
জন্ম
[সম্পাদনা কৰক]- ১৮২২ - ৰুডলফ ক্লছিয়াছ, জাৰ্মান পদাৰ্থবিজ্ঞানী।
- ১৮৯৬ - খগেন্দ্ৰনাথ মিত্ৰ, ভাৰতীয় শিশু সাহিত্যিক।
- ১৯২০ - আইজাক এছিমভ, প্ৰখ্যাত বিজ্ঞান কল্প-লেখক।
- ১৯৩৭ - চন্দ্ৰশেখৰ কম্বাৰ, ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য।
- ১৯৯৭ - অৰ্শদ নাদীম, পাকিস্তানী জেভেলিন নিক্ষেপকাৰী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৬৭ - অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, অসমীয়া কবি, গীতিকাৰ, গায়ক, গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সংগ্ৰামী।
- ২০১০ - ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ, গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি।
- ২০২১ - বুটা সিং, ভাৰতীয় ৰাজনীতিবিদ।
দিৱস
[সম্পাদনা কৰক]- সশস্ত্ৰ বাহিনীৰ বিজয় দিৱস (কিউবা)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|