২ নৱেম্বৰ
অৱয়ব
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
২ নৱেম্বৰ (ইংৰাজী: 2 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৬তম (অধিবৰ্ষত ৩০৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৫৩ - পাকিস্তান ইছলামিক গণতন্ত্ৰত পৰিণত হয়।[1]
- ১৯৮৭ - কাঠমাণ্ডুত ’ছাৰ্ক’ শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।[1]
জন্ম
[সম্পাদনা কৰক]- ১৫৩৪ - ৰামদাস, চতুৰ্থ শিখ গুৰু।[1]
- ১৭৮০ - মহাৰাজা ৰঞ্জিত সিংহ, পঞ্জাব কেশৰী নামে জনাজাত শিখ সম্ৰাট।
- ১৯৩৩ - অন্নদা শইকীয়া, অসমৰ সমাজসেৱী আৰু সাহিত্যিক।
- ১৯৬৫ - শ্বাহৰুখ খান, ভাৰতীয় অভিনেতা।[1]
- ১৯৭৬ - দীপান্বিতা শৰ্মা, অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।
- ১৯৮১ - ঈশা দেউল, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৮২ - যোগেশ্বৰ দত্ত, ভাৰতীয় মল্লযোদ্ধা।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৯৮ - ভিনচেণ্ট উইনটাৰ, স্কটিছ অভিনেতা।
- ২০১৫ - মাইক ডেভিছ, বিখ্যাত টেনিছ খেলুৱৈ।
দিৱস
[সম্পাদনা কৰক]- ভাৰতীয় আগমন দিৱস (মৰিছাছ)।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ২ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|