৪ ছেপ্টেম্বৰ (ইংৰাজী : 4 September ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৪৭তম (অধিবৰ্ষ ত ২৪৮তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৮২ - আমেৰিকা ত ৰাজহুৱাকৈ বিজুলী বাতিৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
১৮৮৮ - জৰ্জ ইষ্টমেনে প্ৰথম 'ৰোল-ফিল্ম কেমেৰা' ক'ডাক ক (Kodak) পেটেণ্ট কৰে।
১৮৮৮ - বেৰিষ্টাৰি পঢ়াৰ বাবে মহাত্মা গান্ধী লণ্ডনলৈ যায়।[ 1] [ 2]
১৯২০ - কলিকতাত কংগ্ৰেছৰ বিশেষ অধিৱেশন বহে।
১৯৪৬ - হেনৰী ফলি নাইট অসমৰ ৰাজ্যপাল হৈছিল।
১৯৭৪ - গুৱাহাটী উচ্চ ন্যায়ালয় ৰ চিলং বিচাৰপীঠ স্থাপন কৰা হয়।
১৯৭৪ - অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত প্ৰতিষ্ঠা কৰা হয়।
১৯৯৮ - গুগল (Google) প্ৰতিষ্ঠা কৰা হয়।[ 3] [ 4]
২০০২ - অসমীয়া ভাষা বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা-বিজ্ঞানী ড॰ গোলোক চন্দ্ৰ গোস্বামী ক অসম সাহিত্য সভাৰ সন্মানীয় উপাধি সাহিত্যচাৰ্য উপাধি প্ৰদান কৰা হৈছিল।
১৮২৫ - দাদভাই নৌৰজী , ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা তথা স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা। ১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰা হৈছিল।
১৮৯৩ - ড॰ ভুৱনেশ্বৰ বৰুৱা , এগৰাকী মহান চিকিৎসক আৰু স্বাধীনতা সংগ্ৰামী। (মৃঃ ২৫ ছেপ্টেম্বৰ, ১৯৫৬)
১৯২৮ - নিৰুপমা ফুকন , অসমীয়া সাহিত্যিক।
১৯৩৪ - ক্লাইৱ গ্ৰেঞ্জাৰ (Clive Granger), ব্ৰিটিছ অৰ্থনীতিবিদ।
১৯৫২ - ঋষি কাপুৰ , বলীউদৰ অভিনেতা।
১৯৬২ - শ্বিনিয়া ইয়ামানাকা, নোবেল বিজয়ী জাপানিজ চিকিৎসা বিজ্ঞানী।
১৯৬৬ - আদেশ শ্ৰীবাস্তৱ , ভাৰতীয় সংগীত পৰিচালক আৰু গায়ক।
১৯৭০ - সাগৰিকা মুখাৰ্জী , ভাৰতীয় গায়িকা আৰু অভিনেত্ৰী।
১৯৮১ - বিয়ঞ্চে (Beyoncé), আমেৰিকান পপ গায়িকা আৰু অভিনেত্ৰী।
১৯৮২ - গৌৰৱ গগৈ , ৰাজনেতা, কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ।
১০৬৩ - টুঘৰিল বেগ, ছেলজুক সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।
১৮২১ - জ'জে মিগেল কৰেৰা, চিলিৰ প্ৰথম ৰাষ্ট্ৰপতি।
১৯৬১ - দুৰ্গেশ্বৰ শৰ্মা , অসমীয়া কবি আৰু নাট্যকাৰ।
২০০৬ - ষ্টিভ আৰউইন বা দা ক'ক'ডাইল হাণ্টাৰ , পৰিৱেশবিদ আৰু টেলিভিছনৰ ব্যক্তি, এবিধষ্ট্ৰিংগ্ৰেই নামৰ সাগৰীয় প্ৰাণীৰ আক্ৰমণত মৃত্যু হৈছিল।
↑ "অহিংসাৰ পূজাৰী বাপুৰ মৃত্যু তিথি" . News Next One. https://newsnextone.com/bapu-death-anniversary .
↑ "On this Day (4th September)" . Maps of India. https://www.mapsofindia.com/on-this-day/4th-september-1825-the-grand-old-man-of-india-dadabhai-naoroji-is-born .
↑ "From the garage to the Googleplex" . Google. https://about.google/our-story/ .
↑ "Google" . ইংৰাজী ৱিকিপিডিয়া. https://en.wikipedia.org/wiki/Google .