৬ ফেব্ৰুৱাৰী
অৱয়ব
ফেব্ৰুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
৬ ফেব্ৰুৱাৰী (ইংৰাজী: 6 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৭তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৮টা দিন (অধিবৰ্ষত ৩২৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
জন্ম
[সম্পাদনা কৰক]- ১৯২২ - এম. কে. বিনোদিনী দেৱী, ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ।
- ১৯৫৫ - সমীৰ তাঁতী, অসমীয়া কবি, কথাশিল্পী, চিত্ৰকৰ তথা সমাজকৰ্মী।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৩১ - মতিলাল নেহৰু, ভাৰতীয় অধিবক্তা। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিতৃ।
- ১৯৪৬ - উপেন্দ্ৰনাথ ব্ৰহ্মচাৰী, ভাৰতীয় বিজ্ঞানী, অধ্যাপক আৰু চিকিৎসক।
- ১৯৬৪ - ৰাজকুমাৰী অমৃত কৌৰ, ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী।
- ১৯৭৬ - ঋত্বিক ঘটক, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু নাট্যকাৰ।
- ১৯৮৫ - জেমছ হেডলি ছেজ, ইংৰাজ লেখক।
- ২০২২ - লতা মংগেশকাৰ, ভাৰতৰ নেপথ্য গায়িকা।
দিৱস
[সম্পাদনা কৰক]- ৱেইটাংগি দিৱস (নিউজিলেণ্ড)।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|