৮ ফেব্ৰুৱাৰী
অৱয়ব
<< | ফেব্ৰুৱাৰী | >> | ||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ||
২০২৪ |
৮ ফেব্ৰুৱাৰী (ইংৰাজী: 8 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন (অধিবৰ্ষত ৩২৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৱলী
[সম্পাদনা কৰক]- ২০০৫ চনৰ আজিৰ দিনটোত গুগল মেপ্চৰ আৰম্ভণি কৰা হৈছিল।
জন্ম
[সম্পাদনা কৰক]- ১৭৯৪ - ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ, জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী।
- ১৮২৮ - জুল ভাৰ্ন, ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক। (মৃত্যু ১৯০৫)
- ১৮৯৭ - জাকিৰ হুছেইন, ভাৰতৰ ৩য় ৰাষ্ট্ৰপতি, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা। (মৃত্যু ১৯৬৯)
- ১৯২৩ - আনন্দ চন্দ্ৰ দত্ত, অসমীয়া উদ্ভিদবিদ৷
- ১৯৪১ - জগজিৎ সিং, ভাৰতীয় গায়ক-গীতিকাৰ। (মৃত্যু ২০১১)
- ১৯৪৮ - ৰঞ্জনা শৰ্মা বৰদলৈ, অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা।
মৃত্যু
[সম্পাদনা কৰক]- ২০১৭ – পিটাৰ মেন্সফিল্ড, ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক। (জন্ম ১৯৩৩)
- ২০১৯ - ভাগৱত পেটেল, মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ।
অন্যান্য
[সম্পাদনা কৰক]- প্ৰিছেৰেণ দিৱস (শ্লভেনিয়াৰ ৰাষ্ট্ৰীয় কবি ফ্ৰেন্স প্ৰিছেৰেশৰ মৃত্যুবাৰ্ষিকী)
- প্ৰেম-প্ৰস্তাৱ দিৱস (Propose Day)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
|