২৪ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আগষ্ট ২৪ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

২৪ আগষ্ট দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৩৭ তম (অধিবৰ্ষত ২৩৮ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১২৯ টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৯৮৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ তামিল চলচিত্ৰ অভিনেতা শান্তনু ভাগ্যৰাজৰ জন্ম হয়।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৮৯ চনৰ আজিৰ দিনটোতে বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী ষ্টেন বৰুৱা ওৰফে হৰি বৰুৱাৰ মৃত্যু হৈ্ছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]