২৩ এপ্ৰিল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(এপ্ৰিল ২৩ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩  ২৪  ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২৩ এপ্ৰিল (ইংৰাজী: 23 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে। ২৩ এপ্ৰিল (ইংৰাজী: 23 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১৩ তম (অধিবৰ্ষত ১১৪ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা--

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৬৮ - ব্ৰিটেইনত প্ৰথম দশমিক মুদ্ৰা আৰম্ভ হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৮৫৮ - পণ্ডিতা ৰমাবাঈ, ভাৰতীয় নাৰী অধিকাৰ আৰু শিক্ষা কৰ্মী।
  • ১৮৫৮ - মেক্স প্লেংক, নোবেল বিজয়ী জাৰ্মান পদাৰ্থবিজ্ঞানী। (মৃত্যু: ৪ অক্টোবৰ, ১৯৪৭)
  • ১৯৩৮ - এছ. জানকী, ভাৰতীয় কণ্ঠশিল্পী।
  • ১৯৪১ - ৰে টমলিনছন, মাৰ্কিন কম্পিউটাৰ প্ৰ'গ্ৰামাৰ আৰু পৃথিৱীৰ প্ৰথম ই-মেইল প্ৰৱৰ্তনকাৰী।
  • ১৯৪৬ - ৰ'জি আফচাৰি, বাংলাদেশী অভিনেত্ৰী।
  • ১৯৫৭ - উমা ডগ্ৰা, ভাৰতীয় কথক নৃত্যশিল্পী।
  • ১৯৭৭ - জন ছিনা, মাৰ্কিন ৰেচলাৰ।

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]