১৭ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জানুৱাৰী ১৭ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

১৭ জানুৱাৰী (ইংৰাজী17 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৭ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৮টা দিন (অধিবৰ্ষত ৩৪৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

  1. ১৯১৭ খৃঃ - এম জি ৰামাচন্দ্ৰন, দাক্ষিণাত্যৰ প্ৰসিদ্ধ অভিনেতা আৰু ৰাজনীতিবিদ।
  2. ১৯৪৫ খৃঃ - জাৱেদ আখতাৰ, প্ৰসিদ্ধ বলিউদ গীতিকাৰ।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৫১ খৃঃ - জ্যোতিপ্ৰসাদ আগৰৱালা, বিখ্যাত অসমীয়া সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক।
  2. ২০১০ খৃঃ - জ্যোতি বসু , আগশাৰী কমিউনিষ্ট নেতা তথা পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

দিৱস[সম্পাদনা কৰক]

  1. আজি শিল্পী দিৱস

বাহ্যিক সংযোগ[সম্পাদনা কৰক]