১১ মে'
অৱয়ব
(মে' ১১ৰ পৰা পুনঃনিৰ্দেশিত)
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৫ |
১১ মে' (ইংৰাজী: 11 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩৬টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৯৯৮ - ভাৰত চৰকাৰে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।
জন্ম
[সম্পাদনা কৰক]- ১৯০৪ - চালভাড' ডালি, স্পেইনৰ চিত্ৰকৰ।
- ১৯১৮ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।
- ১৯১৮ - ৰিচাৰ্ড ফাইনমেন, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী।
- ১৯৪৩ - ৰেণুকা ৰবিন্দ্ৰন, ভাৰতীয় বিজ্ঞানী।
- ১৯৭০ - পূজা বেদী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮৫ - জয় ভগৱান, ভাৰতীয় মুষ্টিযোদ্ধা।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৬৩ - হাৰ্বাট স্পেনছাৰ গাছাৰ, আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
- ১৯৮১ - বব মাৰ্লি, জামাইকান গায়ক আৰু গীতিকাৰ।
দিৱস
[সম্পাদনা কৰক]- ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (ভাৰত)।
|