৮ নৱেম্বৰ
অৱয়ব
(০৮ নৱেম্বৰৰ পৰা পুনঃনিৰ্দেশিত)
| নৱেম্বৰ | ||||||
| দে | সো | ম | বু | বৃ | শু | শ |
| ১ | ||||||
| ২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
| ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
| ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
| ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
| ৩০ | ||||||
| ২০২৫ | ||||||
৮ নৱেম্বৰ (ইংৰাজী: 8 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১২তম (অধিবৰ্ষত ৩১৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৯৫ - জাৰ্মানীৰ ৰ’য়েণ্টজেনে ৰঞ্জন ৰশ্মি বা এক্স-ৰে’ আৱিষ্কাৰ কৰে।[1]
- ১৭৯৩ - পেৰিছত লুভেৰ যাদুঘৰ মুকলি কৰা হয়।[1]
জন্ম
[সম্পাদনা কৰক]- ১৬৫৬ - এডমাণ্ড হেলী, ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানী।[1]
- ১৯০৮ - ৰাজা ৰাও, প্ৰসিদ্ধ সাহিত্যিক।[1]
- ১৯১৭ - কমল ৰণদিৱে, ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ।
- ১৯২০ - চিতাৰা দেৱী, ভাৰতীয় নৃত্য পটীয়সী।
- ১৯২৭ - এল. কে. আদৱানি, ভাৰতীয় ৰাজনীতিক।
- ১৯৩৮ - অৰবিন্দ ত্ৰিবেদী, ভাৰতীয় অভিনেতা।
- ২০০১ - অৱনী লেখাৰা, ভাৰতীয় পেৰালিম্পিয়ান আৰু ক্ৰীড়া ৰাইফল শ্বুটাৰ।
মৃত্যু
[সম্পাদনা কৰক]- ১৯৬৬ - কুমুদেশ্বৰ বৰঠাকুৰ, অসমীয়া সাহিত্যিক।
দিৱস
[সম্পাদনা কৰক]- বিজয় দিৱস (আজেৰবাইজান)।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ৮ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "নিয়মীয়া বাৰ্তা , ৮ নৱেম্বৰ, ২০১৮;". Archived from the original on 2019-01-04. https://web.archive.org/web/20190104041645/http://www.niyomiyabarta.org/08112018/index.php। আহৰণ কৰা হৈছে: 2018-12-29.
| ||||||||||||||||||||||||||||||||||||||||||||